প্ৰশ্ন নং ৪১- অসুস্থ ব্যক্তিক দেখিলে কি দুআ ক'ব লাগে?

উত্তৰ- আলহাম্দুলিল্লাহিল লাজী আ-ফানী মিম্মাবতালা-কা বিহি, অফাজ্জালানী আলা কাছী-ৰিম মিম্মান খালাক্বা তাফজীলা। ইয়াক তিৰমিজীয়ে বৰ্ণনা কৰিছে