প্ৰশ্ন নং ১৭- আজানৰ উত্তৰ কেনেকৈ দিব লাগে?

উত্তৰ- মুআজ্জিনে যিবোৰ বাক্য কয়, সেইবোৰ বাক্যই ক'ব লাগে। কেৱল "হাই আলাচ্ছলাহ" আৰু "হাই আলাল ফালাহ"ৰ বিপৰীতে "লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ" ক'ব লাগে। মুত্তাফাক্ব আলাইহ